Local, Vocal, Global

শুৱালকুছিত স্প’ৰ্টছ একাডেমীৰ যোগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে স্প’ৰ্টছ একাডেমী অৱ শুৱালকুছিয়েও পালন কৰে এই যোগ দিৱসৰ কাৰ্যসূচী। একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষকসকলে শুৱালকুছিৰ ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত এই কাৰ্যসূচী ৰূপায়ণ কৰে। দৈনন্দিন চলি থকা খেলৰ প্ৰশিক্ষণৰ মাজতেই সম্পূৰ্ণ সামাজিক দূৰত্বৰ মাজেৰে শুৱালকুছি পতঞ্জলি যোগ সমিতিৰ সহযোগত সকলোৱে মিলিত হয় যোগাসনত।