Local, Vocal, Global

ৰাজ্যত পুনৰ চুপাৰি চিণ্ডিকেট

নিউজ ডেস্ক, ২৩ জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চুপাৰি চিণ্ডিকেট। Hailakandi জিলাত পুনৰ আৰক্ষীয়ে জব্দ কৰিলে বাৰ্মিজ চুপাৰি ।

লালা বজাৰৰ দুটাকৈ বাৰ্মিজ চুপাৰিৰ গুদামত অভিযান চলাই জব্দ কৰিলে ৪০০ ৰ অধিক বস্তা Barmese Supari ।

হাইলাকান্দি উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ নেতৃত্বত চলা আভিযানত আৰক্ষীয়ে ছিল কৰে অবৈধ বাৰ্মিজ চুপাৰি গুদাম ।

বামিজ চুপাৰি গুদামৰ গৰাকী দুগৰাকী ব্যক্তি হৈছে তাজ উদ্দিন লস্কৰ আৰু জহিৰুল ইসলাম লস্কৰ । আৰু বৰ্তমানেও এই দুই গৰাকীৰ ব্যক্তিক আটক কৰিব লৈ সক্ষম হোয়া নাই আৰক্ষী।

উল্লেখযোগ্য যে জব্দ কৰা বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মুল্য প্ৰায় ৯০ লক্ষ্য টকা হব বুলি আৰক্ষীয়ে জানিব দিয়ে ।