Local, Vocal, Global

সাৱধান! ক’ল্ড ড্ৰিংকছৰ নামত খাব পাৰে কেৱল পানী

উৎকট গৰমে জ্বলা-কলা খুওৱা ৰাজ্যবাসীৰ বাবে শংকাৰ আন এক নাম SPRITE । গৰমত তৃষ্ণা বিদুৰ কৰিবলৈ SPRITE খাই যদি সাৱধান হওঁক। কল্ড ড্ৰিংকছ নামত আপুনি হয়টো খাব পাৰে কেৱল পানী। শেহতীয়াকৈ ৰাজ্যৰ এচাম দুষ্ট চক্ৰই SPRITE ৰ বটলত পানী ভৰাই বিক্ৰী কৰি আছে। SPRITE বটলত চিল পেক মাৰি বিক্ৰী কৰি আছে ৰাজ্যৰ বজাৰত। এতিয়া বহু ঠাইত গ্ৰাহকে SPRITE কিনি ঠগন খোৱাৰ অভিযোগ উত্থাপিত হৈছে।