Local, Vocal, Global

শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন কাৰ্য্য়ালয়ত ওলাল অজগৰ

আজি  বিশ্ব সৰ্প দিৱস । সৰ্প দিৱসৰ দিনা তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্য্য়ালয় সমীপত উদ্ধাৰ হল প্ৰকাণ্ড অজগৰ । অজগৰ সাপডাল প্ৰত্যক্ষ কৰি সাংবাদিকসকলে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী সৰ্পবান্ধৱ সৌৰভ বৰকটকী খবৰ দিয়ে।
আজি পুৱাই শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ চৌহদত আশ্ৰয় লোৱা প্ৰকাণ্ড অজগৰ ডাল সৰ্প মানৱ সৌৰভ বৰকটকীয়ে সুকলমে উদ্ধাৰ কৰিলে সাপডাল।