Watch | Sonari congress protest: সোণাৰিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটী: সোণাৰিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী। সাংসদ ৰকিবুল হুছেইনক নগাঁওত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ প্ৰতিবাদত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী। চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।