Local, Vocal, Global

সংসদত নিষিদ্ধ কৰা হল বিশেষ কিছুমান শব্দ

নিউজ ডেক্স,১৪ জুলাই : এতিয়াৰে পৰা সংসদত প্ৰয়োগ কৰিব নোৱাৰিব কিছুমান বিশেষ শব্দ। এই বিশেষ শব্দবোৰ লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত অসাংবিধানিক বুলি গণ্য কৰা হ’ব। বিৰোধী দলসমূহে শব্দ প্ৰয়োগ কৰোতে হ’ব লাগিব অধিক সংযমী। ১৮ জুলাইৰ সংসদ অধিবেশনৰ আগে আগে অসাংবিধানক বুলি ঘোষণা কৰিছে লোকসভা সচিবালয়ে।

‘Covid Spreader, ‘Foolice’, ‘Gaddar’, ‘Hip’Cresi’, ‘Tanasahi’, ‘Nautanki’’ শব্দ প্ৰয়োগ কৰিব নোৱাৰিব সদনত। লগতে ‘Kala Din,Khalistani, Behri Sarkar, Bloody’ শব্দ প্ৰয়োগ কৰিব নোৱাৰিব। ‘Bobkat’, ‘Drama’, ‘Crocodile Tears’, ‘Childishness’, ‘Karapt’, ‘Kaward’, ‘Criminal’, ‘Dadagiri’, ‘Dalal’, ‘Donga’, ‘Dictatorial’, ‘Donkey’, ‘Bahana’, ‘Jumlajivi’, ‘Shakuni’, ‘Anaersist’, ‘Balbuddhi’, ‘Khoon Se Kheti’ শব্দবোৰ এতিয়াৰে পৰা সংসদত অসাংবিধানক বুলি গণ্য কৰা হ’ব।

বুকলেটৰ মতে, Vinash Purush’, ‘Dhindaura Pitna’, ‘Nikmma’, ‘Bloodshed’, ‘Betrade’, ‘Assmed’, ‘Abeuz’, ‘Chitted’, ‘Chamsa’, ‘Chamsagiri’, ‘Criminal’ আদি শব্দও কৰিব নোৱাৰিব প্ৰয়োগ।

ইয়াৰ উপৰি ‘’D’s’, ‘Iwash’, ‘Huliginium’, ‘Incomcomatent’, ‘Mislid’, ‘Untru’ আদি শব্দও সংসদত অসাংবিধানিক হিচাপে গণ্য কৰা হ’ব। লগতে ক’ব নোৱাৰিব, ‘Guns’, ‘Untruth’, ‘Arrogantic’, ‘Kala Bajari’, ‘Dohra Character’, ‘Sexwell Harassment’, ‘Pitthu’, ‘Girgit’, ‘Besara’, ‘L’leepp’, ‘Vishwasghat’, ‘Insensitivity’’ আদি শব্দও প্ৰয়োগ কৰিব নোৱাৰিব সংসদত।