শিৱসাগৰত ক’ভিড ৰোগীৰ মৃতদেহৰ মাংস খালে কুকুৰে By MyNewsNE Desk On Oct 4, 2020 Share ◆ শিৱসাগৰত মানৱতাৰ চূড়ান্ত প্ৰহসন ◆ ক’ভিড ৰোগীৰ মৃতদেহৰ মাংস খালে কুকুৰে ◆ মৃতদেহ আধা জ্বলা কৰি এৰি থৈ গ’ল প্ৰশাসনে ◆ শিমলুগুৰি দিখৌ দলঙৰ সমীপত এই ঘটনা ◆ এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্য Share FacebookTwitterReddItWhatsAppPinterestEmail