Local, Vocal, Global

ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাৱসান

ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাবসান

ছাঞ্চামান লিম্বু ছিকিমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী আছিল

বহু দিন ধৰি অসুস্থ হৈ আছিল লিম্বু

আজি STNM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ