Local, Vocal, Global

Watch | Shrinkhal chaliha: ‘মোক অখিল গগৈৰ ২ লাখ টকা নালাগে’-শৃংখল চলিহা

নিউজ ডেস্ক: ‘মোক অখিল গগৈৰ ২ লাখ টকা নালাগে’
‘মোক সহায় কৰিবলৈ বীৰ লাচিত সেনা আৰু অসমীয়া খিলঞ্জীয়া মানুহ আছে’
‘অসমৰ জনগণে ঠিক কৰিব কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল,কোন বাংলাদেশীৰ দালাল’
‘ৰাজনীতি সদায় নীতি আদৰ্শগত হব লাগে’
‘ৰাজনীতিত তুলুঙা মন্তব্য কৰিলে শুভা নাপায়’
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ,শৃংখল চলিহাক উদ্দেশি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ