Local, Vocal, Global

মোহময়ী মডেলৰ বিৰুদ্ধে ৰাজ কুন্দ্ৰাই তৰিলে ৫০কোটিৰ মানহানিৰ গোচৰ

  • এইবাৰ মোহময়ী অভিনেত্ৰী তথা মডেলৰ বিৰুদ্ধে শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই তৰিলে গোচৰ।
  • মডেল চাৰ্লিন চোপ্ৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই।
  • ৫০কোটি টকাৰ এই মানহানিৰ গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে।
  • উল্লেখ্য যে, মডেল চাৰ্লিন চোপ্ৰাই শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন উতপীড়ন, প্ৰৱঞ্চনাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল।
  • ৰাজ কুন্দ্ৰাৰ ওপৰতো বহু অভিযোগ আনিছিল মডেল চাৰ্লিন চোপ্ৰাই।