Local, Vocal, Global

গুৱাহাটীৰ লাচিত নগৰত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ১৮ জুন : গুৱাহাটীৰ লাচিত নগৰস্থিত Silver Inn Guest Houseত চাঞ্চল্যকৰ ঘটনা।

খবৰ অনুসৰি, চিলভাৰ ইন গেষ্ট হাউছত বাৰ্থডে পাৰ্টি চলি থকা অৱস্থাত এজনক দুৰ্বিত্তই ডেগাৰেৰে আক্ৰমণ কৰে।

অতি সংকটজনক অৱস্থাত হস্পিতাললৈ প্ৰেৰণ কৰা হয় ৰাতুল বৰ্মন নামৰ যুৱকজনক। ঘটনাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী।

চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছত বৰ্তমান সময়তো ঘটনাস্থলিত উপস্থিত হোৱা নাই আৰক্ষী ।