Local, Vocal, Global

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ১৮ জুন : ব্যস্ত মহানগৰীত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ। নুনমাটিৰ কেবিন চকৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো ।

ৰেল লাইনৰ সমীপৰ পৰা উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ মৃতদেহ বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে বৰ্তমান সময়লৈকে চিনাক্ত হোৱা নাই মৃতদেহটোৰ পৰিচয়।