Senior Congress leader Rana Goswami resigns from the post of Upper Assam in-charge : উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি ভূপেন বৰা,জীতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ ৰাণা গোস্বামীৰ
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : কংগ্ৰেছত ব্যাপক খহনীয়া ! আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা বহু নেতা কৰ্মীয়ে ঢাপলি মেলিছে আন দললৈ ৷ তাৰ মাজতে এইবাৰ চৰ্চাত যোৰহাটৰ প্ৰতাপী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নাম(Senior Congress leader Rana Goswami resigns from the post of Upper Assam in-charge) ৷
ইতিমধ্য়ে উজনি অসমৰ দায়িত্ব এৰিলে APCCৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । অব্যাহতি বিচাৰি ভূপেন বৰা,জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰিছে পত্ৰ(Senior Congress leader Rana Goswami resigns from the post of Upper Assam in-charge) ।