HSLC exam result 2023 : আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
নিউজ ডেস্ক, ২২ মে’ : বহু উৎকণ্ঠাৰ মাজতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC result) । ছেবাৰ ৱেবছাইটত উপলব্ধ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ।
উল্লখ্য যে চলিত বৰ্ষত বহু উৎকণ্ঠাৰ মাজেৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্ত পৰিছিল ৷ কিয়নো কেইবাখনো প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো হতাশাময় পৰিৱেশৰ সৃষ্টি হৈছিল ৷
উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰাজ্যৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী । অসমৰ মুঠ ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা । অৱতীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা আছিল ১ লাখ ৯৪ হাজাৰ ৫৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা আছিল ২ লাখ ২৮ হাজাৰ ১২০গৰাকী । বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ।
২০২৩ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৭২.৬৯ শতাংশ(pass rate in the HSLC 72.69 per cent) ।
২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনে কোনে লাভ কৰিলে প্ৰথম দহটা স্থান(Top 10 places in 2023 HSLC examination) ?
প্ৰথম স্থান-
▶️ হৃদম ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন ঢেকিয়াজুলি, ৫৯৬
শতকৰা হাৰ ৯৯ শতাংশ
দ্বিতীয় স্থানত –
▶️ ইছৰত ফাৰিহা, নগাঁও চৰকাৰী উঃমাঃ বিদ্যালয়, ৫৯৩
▶️ লাকী দেৱী চৌধুৰী, আনন্দ বিদ্যা নিকেতন নলবাৰী, ৫৯৩
▶️ মনমিতা শৰ্মা, আনন্দ বিদ্যা নিকেতন নলবাৰী, ৫৯৩
▶️ আদিত্য অনুপম কোৱঁৰ, ছেন্ট জোছেফ স্কুল সোণাৰী, ৫৯৩
তৃতীয় স্থানত
▶️ নিলুফাৰ ৰহমান, দুমনীচকী ইংলিছ স্কুল, ৫৯২
▶️ অনিন্দিতা বৰা, আদৰ্শ বিদ্যাপীঠ ভোলাগুৰী, ৫৯২
▶️ মৃগাংক ভট্টচাৰ্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, ৫৯২
চতুৰ্থ স্থান-
▶️ জুবিয়াৰ ইছলাম, ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল, ৫৯১
▶️ ঋতুপৰ্ণ দাস, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন , ৫৯১
▶️ ছিনম জয়ফাবী চানু (হলিক্ৰছ স্কুল, ৫৯১)
▶️ দেৱাংগনা ডেকা, লিটিল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়, ৫৯১
▶️ স্বাতী কিৰণ গগৈ, ছেন্ট জেবিয়াছ স্কুল দুলীয়াজান, ৫৯১
▶️ ৰাজীৱ পল, সোণাপুৰ ফুকুৰীয়া হাইস্কুল, ৫৯১
▶️ আদিতী ভূঞা, ছেন্ট মেৰিজ স্কুল, গুৱাহাটী, ৫৯১
পঞ্চম স্থান-
▶️ কিন্নৌৰী দত্ত, ছেন্ট মেৰিজ স্কুল লখিমপুৰ, ৫৯০
▶️ সুস্মিতা ফুদ্দাৰ, ক্ৰিছ জ্যেতি স্কুল নগাঁও, ৫৯০
▶️ নিলোৎপল মণ্ডল, শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টী, ৫৯০
▶️ উৎপল পৰাশৰ, জাতীয় বিদ্যালয়, কাহিলীপাৰা, ৫৯০
▶️ আনন্দ জৈন, হেপি চাইল্ড স্কুল গুৱাহাটী, ৫৯০
ষষ্ঠ স্থান
▶️ নিকুঞ্জ হাজৰিকা, আনন্দ বৰুৱা একাডেমী হাইস্কুল, ৫৮৯
▶️ অক্সয় কায়ল, ডনবস্ক এইছ এছ স্কুল ডিব্ৰুগড়, ৫৮৯
▶️ সংন্দিতা দাস, শংকৰদেৱ শিশু নিকেতন, বোকা, সাতগাঁও ৫৮৯
▶️ ৰশ্মিতা মহন্ত, লিটিল ফ্লাৱাৰ , নলবাৰী, ৫৮৯
▶️ চন্দনা কৌৰ, ছেন্ট মেৰিজ স্কুল, গুৱাহাটী, ৫৮৯
▶️ অন্তৰা মুবাছহিৰা হক, অসম জাতীয় বিদ্যালয়, নুনমাটী. ৫৮৯
সপ্তম স্থান-
▶️ প্লাৱিতা দাস, শংকৰদেৱ শিশুনিকেতন , বাঘমৰা ৫৮৮
▶️ পিযুষ নাথ, শংকৰদেৱ শিশু নিকেতন ভৱানীপুৰ, ৫৮৮
▶️ প্ৰতীক্ষা প্ৰীয়ম মহন্ত, ডনবস্ক দেৰগাঁও, ৫৮৮
▶️ সুদৰ্শনা ভূঞা, টিয়ক জাতীয় বিদ্যালয়, ৫৮৮
▶️ নিচান্ত বৰা, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল নগাঁও, ৫৮৮
▶️ জোনাক কাশ্যপ, ডুমডুমা হায়াৰ চেকেণ্ডাৰী বিদ্যাপীঠ, শোণিতপুৰ, ৫৮৮
অষ্টম স্থান-
▶️ নিচান্ত লহকৰ, আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, ৫৮৭
▶️ ইপাশ্ৰী ঘোষ, মাৰিয়াম হাইস্কুল বৰপেটা, ৫৮৭
▶️ ফাৰহান আছিফ আৰবিয়া, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, ধুবুৰী, ৫৮৭
▶️ চাহিল চিদ্দিক, জে এন মেমৰিয়েল আগিয়া, ৫৮৭
▶️ অৰ্ণৱ জ্যোতি দাস, শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, ৫৮৭
▶️ কুলদ্বীপ হাজৰিকা, ধলপুৰ উঃমাঃ বিদ্যালয় ৫৮৭
▶️ ৰাজদ্বীপ কলিতা, লুইত একাডেমী নলবাৰী, ৫৮৭
▶️ সাৰাংগনা ভূঞা, গহপুৰ হায়াৰ চেকেণ্ডাৰী, ৫৮৭
▶️ পাৰ্থ প্ৰতীম ভূঞা, মৰ্ণিং ষ্টাৰ হাইস্কুল বিশ্বনাথ , ৫৮৭
▶️ জিষ্ণু বৰগোঁহাই, সাপেখাইতী উঃমাঃ বিদ্যালয়, ৫৮৭
নৱম স্থান
▶️ ৰিতাজা দেৱ, শিলচৰ কলেজিয়েত স্কুল, ৫৮৬
▶️ দিক্ষীতা ভট্টাচাৰ্য, হলিক্ৰছ এইছ এছ স্কুল , ৫৮৬
▶️ নাছাত ফাৰহা, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, ৫৮৬
▶️ বনশ্ৰী গগৈ, লিটিল ফ্লাৱাৰ ডিব্ৰুগড়, ৫৮৬
▶️ সুকন্যা দাস, ৰলেঞ্চ মেমৰিয়েল হাইস্কুল, কৰিমগঞ্জ, ৫৮৬
▶️ পুলক জজো, ব্ৰুকফিল স্কুল, লখিমপুৰ, ৫৮৬
▶️ অংকিতা শইকীয়া, ছেন্টমেৰিজ স্কুল লখিমপুৰ, ৫৮৬
▶️ বিপাশা শৰ্মা, অসম একাডেমী নলবাৰী, ৫৮৬
▶️ ঋষিকেশ কলিতা, লিটিল ফ্লাৱাৰ নলবাৰী, ৫৮৬
▶️ আনন্দিতা শইকীয়া, হলিনেম স্কুল শিৱসাগৰ, ৫৮৬
▶️ বৰশ বৰ্ষা চেতিয়া, শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰী, ৫৮৬
দশম স্থান-
▶️ ৰজত ঘোচ, ক্ৰিচ কিং হাইস্কুল গোগামুখ, ৫৮৫
▶️ প্ৰিনিস্থা বৰা, ছজ্যোতি বোকাখাত, ৫৮৫
▶️ বিপাংশী ডেকা, প্ৰায়নিঅ একাডেমী , কামৰূপ গ্ৰাম্য, ৫৮৫
▶️ প্ৰজ্ঞান শৰ্মা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু, ৫৮৫
▶️ অচ্যুত বৰুৱা, দ্যাভৱন শিৱসাগৰ, ৫৮৫
▶️ নীলাভ পাঠক, অসম জাতীয় বিদ্যালয় নলবাৰী, ৫৮৫
▶️ ঋতুৰাজ বৰকাটকী, মৰাণ হায়াৰ চেকেণ্ডাৰী স্কুল ৫৮৫
লগতে পঢ়ক : Vande Bharat Express: অতি শীঘ্ৰে উত্তৰ পূৱলৈ বন্দে ভাৰত এক্সপ্ৰেছ