Local, Vocal, Global

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে ১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ বন্ধ থাকিব বিদ্যালয়…

ডিজিটেল ডেস্ক:- প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে ত্ৰিপুৰাত বিদ্যালয় বন্ধৰ ঘোষণা। ১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই টুইটযোগে ঘোষণা কৰিলে এই কথা।
ক্ৰমাত বৃদ্ধি পাইছে গৰম।গৰমৰ ফলত সকলো লোকৰে মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।এপ্ৰিলত মাহতে প্ৰচণ্ড গৰম।
এই প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে ত্ৰিপুৰাত বিদ্যালয় বন্ধৰ ঘোষণা কৰে।১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ বন্ধ থাকিব পাঠদান। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই টুইটযোগে ঘোষণা কৰিলে এই কথা।

অসমতো বৃদ্ধি পাইছে প্ৰচণ্ড গৰম।প্ৰচণ্ড গৰমৰ বাবে চিন্তাত পৰিছে সকলো লোককেই।