Local, Vocal, Global

ছলমান খানে কিয় থানাত এজেহাৰ দাখিল কৰিলে ?

কামাল আৰ খানে ছলমান খানৰ ‘ৰাধে’ ফিল্মৰ ওপৰত মন্তব্য কৰিছিল ভিডিও আৰু টুইটাৰৰ জৰিয়তে । আৰু এইয়া সম্পূৰ্ণ ভুল আছিল বুলি ছলমান খানে কামাল আৰ খানৰ ওপৰত এজেহাৰ দাখিল কৰে । এজেহাৰ খন আছিল মানহানিৰ । কে আৰ কে ফিল্ম কৃটিক কৰিছিল যিটো সম্পূৰ্ণ ভুল আছিল ।