Local, Vocal, Global

ছাৰ্জাৰী কৰি লৰাৰ পৰা ছোৱালী তাৰপিছত ৬ পেক!আচৰিত

ছাৰ্জাৰী কৰি লৰাৰ পৰা ছোৱালী তাৰপিছত ৬ পেক!আচৰিত
হলিউডৰ জনপ্ৰিয় ট্ৰেন্সজেন্ডাৰ অভিনেত্ৰী “এলেন পেজ” ছাৰ্জাৰী কৰাৰ পিছত ৬ পেক দেখুৱাই নিজৰ ফটো শ্বেয়াৰ কৰা দেখা গল । যুনো আৰু ইঞ্চেপচন আদি চুপাৰহিট ছবিত দেখা গৈছিল অভিনেত্ৰী “এলেন পেজ” ।