Local, Vocal, Global

Salary hike for ministers and MLAs : শীঘ্ৰে বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা !

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : শীঘ্ৰে বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা ! অন্তৰ্ৱৰ্তীকালীন প্ৰতিবেদন দাখিল বিধানসভাৰ দৰমহাৰ কমিটীৰ ।

৩০অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে । প্ৰতিবেদনত থাকিব দৰমহা বৃদ্ধি পৰিমাণ।

প্ৰাক্তন বিধায়কৰ পৰিয়ালে লাভ কৰা পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱ ৷ এতিয়াও বহু প্ৰাক্তন বিধায়কৰ পৰিয়ালে পাই আছে মাত্ৰ ৩-৫ হাজাৰ টকাৰ পেঞ্চন ৷

প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ পেঞ্চন লাভৰ ৰুল সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে প্ৰতিবেদনত(Salary hike for ministers and MLAs)৷

পৰিৱৰ্তিত GDP, বজাৰৰ দৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি চলোৱা বৈজ্ঞানিক সমীক্ষাৰ ভিত্তিত বাঢ়িব বিধায়কৰ দৰমহা-ভাট্টা ৷বিধায়কৰ দৰমহা-ভাট্টা ৩৯% বাঢ়িব লাগে যদিও এইবাৰ কমিটীয়ে ৩৯% বৃদ্ধিৰ প্ৰস্তাৱ নিদিয়ে ৷

লগতে পঢ়ক :Eviction drive in Goalpara : বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বুলড’জাৰ