Watch | Rowta UPPL CWC Meeting: BTR নির্বাচৰ পূর্বে ৰৌতাত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলৰ ২৫ সংখ্যক CWC ৰ কার্যনির্বাহক সভা
ওদালগুৰি: BTR নির্বাচৰ পূর্বে ৰৌতাত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলৰ ২৫ সংখ্যক CWC ৰ কার্যনির্বাহক সভা৷ CWC ৰ প্রায় ১০০ জনতকৈ অধিক নেতৃত্বই অংশ লব এই বৈঠকত ৷
বৈঠকত উপস্থিত থাকিব BTR চীফ প্ৰমোদ বড়ো , কার্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰী কেবিনেট মন্ত্রী UPPL ৰ প্রতিষ্ঠাপক সভাপতি ইউ জি ব্ৰহ্ম, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৭ গৰাকী বিধায়ক, পাৰিষদ কার্যকৰী সদস্যকে আদি কৰি বহু নেতা ৷
নিৰ্বাচনৰ পূর্বে UPPL ৰ এই বৈঠক গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ শোণিতপুৰ, বিশ্বনাথ আৰু দৰং জিলাৰ ৮১ খন গাঁও BTRত অন্তর্ভুক্ত হোৱাৰ পাছতেই কেনেদৰে UPPL এ নিজৰ ৰাজনৈতিক সমীকৰণ প্রস্তুত কৰিব তাৰ ওপৰতো আলোনো হোৱাৰ সম্ভাৱনা আছে এই বৈঠকত ৷