জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰে আৰম্ভ কৰিলে দুগ্ধ বিপনী

◆লকডাউনে জুৰুলা কৰা অসমৰ এগৰাকী কণ্ঠশিল্পীৰ অন্য চিন্তাধাৰ
◆জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰে আৰম্ভ কৰিলে দুগ্ধ বিপনী
◆হাতীগড় চাৰিআলিত মুকলি সীতাজখলাৰ দুগ্ধ বিপনী
◆ ব্যৱসায় আৰম্ভ কৰিলেও মই গান নেৰো– ৰোহিত