Local, Vocal, Global

Road Accident in Dergaon : ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ;নিহত এজন,আহত এজন

নিউজ ডেস্ক,১১জুন : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন ।

সোমবাৰে নিশা দেৰগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ৷ ফলত থিতাতে নিহত হেণ্ডিমেন । নিহত হেণ্ডিমেনজন বাবুল আলী বুল জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন । আহত চালক নুৰ আলীক দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Road Accident in Dergaon) ৷