Local, Vocal, Global

WATCH | Ripun Bora : ‘২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক প্ৰতিহত কৰিব কংগ্ৰেছে’

নিউজ ডেস্ক,২৭মে’ : ’২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক প্ৰতিহত কৰিব কংগ্ৰেছে’

‘গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট নহয়’

‘যুদ্ধৰ সময়ত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ লগত কি যোগাযোগ কৰিছে সেয়া ডাঙৰ প্ৰশ্ন’

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক অভিনন্দন জনাই প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ(Ripun Bora)

লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিৰ ডায়েটৰ উদ্যোগত “কিতাপ পঢ়িবলৈ যাওঁ বলা “শীৰ্ষ কাৰ্যসূচী