Website Design: dastechnologies.in
- কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৩ দুৰ্ধৰ্ষ গঁড় চিকাৰী
- অত্যাধুনিক মাৰণাস্ত্ৰসহ আটক কৰে ৩ গঁড় চিকাৰীক
- কাজিৰঙা পাহাৰৰ পৰা আৰক্ষীয়ে আটক কৰে চিকাৰী তিনিজনক
- দুৰ্ধৰ্ষ গঁড় চিকাৰী তিনিজনৰ পৰা জব্দ AK 81 এটা ৰাইফলছ
- আটকাধীন তিনিজন ক্ৰমে- জনথাং ওৰফে থাংবয়, মুমিন ওৰফে অভাৰ চাইজ আৰু নিংমাইলু ওৰফে লুলুন
- চিকাৰী তিনিজনৰ ঘৰ মণিপুৰৰ চুৰাচান্দপুৰৰ
- কাজিৰঙাত ৫টা গঁড় হত্যাকাণ্ডৰে জড়িত আছিল আটকাধীন ৩ চোৰাং চিকাৰী