Local, Vocal, Global

Rhino Killed In Collision With Tractor : বোকাখাতৰ ৰুহিতা চাপৰিত গঁড়ৰ মৃত্যু

নিউজ ডেস্ক,১৬এপ্ৰিল : ৰাজ্যত পুনৰ গড়ৰ মৃত্যু । এইবাৰ ৰুহিতা চাপৰিত গড়ৰ মৃত্যু (Rhino Killed In Collision With Tractor In Ruhita Chapri) ।

বোকাখাতৰ ৰুহিতা চাপৰিত এটা গঁড়ে কৰুণভাৱে মৃত্যুক সাৱতি লয় । গড়টোৰ কৰুণ মৃত্যুক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ।

জানিব পৰা মতে,মঙলবাৰে পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰিছিল গঁড়টোৱে । গোলাঘাট বন বিভাগে পহৰা দি আছিল গঁড়টোক । মঙলবাৰে পুৱা পহৰাৰত বনকৰ্মীৰ ট্ৰেক্টৰত খুন্দিয়াইছিল গঁড়টোৱে ।

এই মূহুৰ্তলৈকে গঁড়টোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই(Rhino Killed In Collision With Tractor)।

লগতে পঢ়ক : Rhino menace in Golaghat : ৰাজ্যত অব্যাহত গঁড়ৰ আতংক