Repolling at 11 polling stations in Manipur on April 22 : ২২ এপ্ৰিলত মণিপুৰত পুনৰ অনুষ্ঠিত হব ভোটগ্ৰহণ
নিউজ ডেস্ক,২১ এপ্ৰিল : কাইলৈ মণিপুৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১৯ এপ্ৰিলত নিৰ্বাচনৰ দিনা বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত পুনৰ ভোটগ্ৰহণৰ ঘোষণা নিৰ্বাচন আয়োগৰ(Repolling at 11 polling stations in Manipur on April 22)।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মণিপুৰত সৃষ্টি হৈছিল অশান্ত পৰিৱেশৰ যাৰ বাবে ৰাজ্যখনৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নিৰ্বাচন আয়োগে অহা ২২এপ্ৰিলত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে( Repoll in 11 booths in Manipur on April 22 after firing, clashes)।
লগতে পঢ়ক : Amit Shah to lead election campaign in Silchar today : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ