Local, Vocal, Global

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ কৰুণ অৱস্থা

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ কৰুণ অৱস্থা

ডবকাৰ হালধিআটিত এগৰাকী অসহায় যুৱতী শয্যাগত ৷এজন লম্পট যুৱকৰ কামনাৰ বলি হৈ  গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ যুৱতী গৰাকী এতিয়া শয্যাগত হৈ আছে ৷ উল্লেখ্য যে কৌশলেৰে মাতি আনি নিজ ঘৰতে যুৱতীগৰাকীক ধৰ্ষণ কৰে  আব্দুল কৰিম নামৰ এজন লম্পটে ৷

ঘটনাটো অভিযুক্তৰ পৰিয়ালে গম পোৱাত অভিযুক্তৰ পত্নীয়ে নিচাযুক্ত দ্ৰব্য খোৱাই  অচেতন কৰে যুৱতীগৰাকীক৷পাছত যুৱতীগৰাকীক দুদিন লোকোৱাই ৰাখি  চিকিৎসালয়লৈ নিয়ে অভিযুক্তৰ পৰিয়ালে ৷ ঘটনাটো ৰাজহুৱা কৰিলে বেজি  দি হত্যা কৰাৰ ভাবুকি দিয়ে যুৱতীগৰাকীক