Local, Vocal, Global

মৰিয়নীত দুটাকৈ জঘন্য ধৰ্ষণকাণ্ড

মৰিয়নীত দুটাকৈ জঘন্য ধৰ্ষণকাণ্ড

দুটাকৈ ধৰ্ষণ কাণ্ডই জোকাৰিছে মৰিয়নীত

মানৱ সমাজক লজ্জানত কৰি

মৰিয়নীত জঘন্য ধৰ্ষণ কাণ্ড।

মৰিয়নীৰ শিলিখা বাগিছাত সম্পৰ্কীয় মোমায়েক অতুল তাতীঁয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষন কৰে ভাগিনীয়েকক।ঘটনাৰ সন্দৰ্ভত পিতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ মৰিয়নী আৰক্ষীৰ।

আনহাতে মৰিয়নীৰে নিউ সোনোৱাল সেউজী গাৱঁত আন এগৰাকী কিশোৰীক ওচৰৰে ভাৰাতীয়াৰ দ্বাৰা ধৰ্ষনৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল অভিভাৱকৰ।

বৰ্তমানেও পলাতক  সেউজী গাঁওৰ অভিযুক্ত ধৰ্ষণকাৰী।

এতিয়া প্ৰশ্ন হয় কোন দিশে গতি কৰিছে মানৱতা।

কাৰ ওচৰত সুৰক্ষিত আপোনাৰ কন্যা সন্তান????।

এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহন কৰিব আৰক্ষী প্ৰশাসন তথা আইনে???