Local, Vocal, Global

Rakibul Hussain : গৌৰৱ গগৈ প্ৰসংগত কংগ্ৰেছ সাসংদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : APSC কেলেংকাৰি আৰু গৌৰৱ গগৈ প্ৰসংগত কংগ্ৰেছ সাসংদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া(Rakibul Hussain)।

‘‘হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী পাতি ভুল কৰিছিল তৰুণ গগৈয়ে৷ গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা দেখি ষড়যন্ত্ৰত লিপ্ত হৈছে৷’’ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ISIৰে লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ।

‘যোৰহাটত গৌৰৱ গগৈক পৰাস্ত কৰিব নোৱাৰি ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে’। ‘প্ৰয়াত তৰুণ গগৈক কৰা অপমানৰ বিচাৰ ৰাইজে কৰিব’।

লগতে পঢ়ক : WATCH | Dhemaji News: অসমৰ ট্ৰাক চালকক অৰুনাচলত নিৰ্মম হত্যাকাণ্ডৰ ঘটনাকলৈ চিলাপথাৰৰ মাদুৰিপথাৰত সংবাদমেল