Local, Vocal, Global

ৰাজ্যসভাৰ বাহিৰত নিলম্বিত সাংসদৰ ওৰে নিশা সাংসদৰ প্ৰতিবাদ

  • ৰাজ্যসভাৰ বাহিৰত ওৰে নিশা সাংসদৰ প্ৰতিবাদ
  • সমগ্ৰ নিশা প্ৰতিবাদ ৮ গৰাকী নিলম্বিত সাংসদৰ
  • গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত সোমবাৰৰ পৰা অব্যাহত সাংসদৰ প্ৰতিবাদ
  • নিশা প্ৰতিবাদকাৰী সাংসদৰ কাষত উপস্থিত হৈছিল ৰাজ্যসভাৰ উপাধ্যক্ষ
  • ৰাজ্যসভাৰ উপাধ্যক্ষই দিয়া চাহ নাকচ কৰিলে প্ৰতিবাদকাৰী সাংসদে
  • সদনত কৃষি বিধেয়কৰ বিৰোধিতাৰে কৰিছিল প্ৰতিবাদ
  • সদন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল নিলম্বিত সাংসদে
  • সংসদৰ বাহিৰতে আৰম্ভ কৰিছে প্ৰতিবাদ
  • প্ৰতিবাদকাৰী ৮ জন সাংসদৰ মাজত অসমৰ ৰিপুন বৰা
  • আজিও বিধেয়কক লৈ বিৰোধীয়ে দুয়োখন সদন উত্তাল কৰাৰ সম্ভাৱনা