Local, Vocal, Global

আজি ৰাজ্যসভাৰ নিৰ্বাচন-পুৱা ৬ বজাৰ পৰা ভোটগণনা, সন্ধিয়া ৬বজাত ফলাফল

নিউজ ডেস্ক,৩১ মাৰ্চঃ আজি ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ দুখন আসনৰ পৰা অনুষ্ঠিত হৈছে এই নিৰ্বাচন। আজি পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আনহাতে ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা আৰু সন্ধিয়া ৬ বজাত ফলাফল ঘোষণা কৰিব।

ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ BJPৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা । দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।