Local, Vocal, Global

RAJKUMAR RAO ৰ আহিবলগীয়া ছবি BADHAI HO ত এক অন্যৰূপত দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় অভিনেতাজনক। INSTAGRAM ত UPLOAD কৰিলে ফটো

বলীউডৰ আহিবলগীয়া ছবি BADHAI HO ত মূখ্য চৰিত্ৰৰ ভূমিকা ৰূপায়ণ কৰা RAJKUMAR RAO ক এক নতুন ৰূপত দেখিবলৈ পাব চলচিত্ৰ প্ৰেমী ৰাইজে। বলীউডৰ আহিবলগীয়া ছবিখনত RAJKUMAR RAO ৰ বিপৰীতে কাম কৰিব BHUMI PENDEKAR এ। অভিনেতাগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি BADHAI HO ৰ বাবে নিজকে সম্পূৰ্ণৰূপেসলনি কৰি পেলাইছে। অলপতেই তেওঁ নিজৰ INSTAGRAM page ত UPLOAD কৰিলে ফটো। আকৰ্ষণীয় Abs ৰ ফটো upload কৰি তেওঁ লগতে লিখিলে, এজন নিৰামিষভোজীৰ লগতে যিয়ে steroid ৰ সম্পূৰ্ণৰূপে বিৰোধীতা কৰে তেওঁৰ বাবে এই transformation সচাকৈয়েই খুউব জটিল আছিল।