Local, Vocal, Global

মোমায়েকৰ বিয়াৰ পানী তুলিবলৈ যাওঁতেই মৃত্যু হ’ল ৰাজদীপৰ

নিউজ ডেস্ক, ৮ জুন : মংগলবাৰে নিশা চামগুৰিৰ (Samaguri) গটঙাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় ৰাজদীপ বৰ্মন নামৰ এটি শিশু ।

মোমায়েকৰ বিয়াৰ পানী তুলিবলৈ যাওঁতেই ৰাজদীপক মহতিয়াই নিলে এখন দ্ৰুত বেগী গেছ ভৰ্তি ট্ৰাকে ।

Bharat Petroleumৰ গেছ ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS01-LC6793

দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক খন ঘটনা স্থলী পৰা পলায়ন কৰে যদিও পাছত চামগুৰি আৰক্ষীয়ে কৰায়ত্ব কৰে ট্ৰাক খন ।