শোকাৱহ নাও দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৭জনকৈ লোকৰ

- ৰাজস্থানৰ বুন্দী জিলাত ভয়ংকৰ নাও দুৰ্ঘটনা
- চম্বল নদীত সংঘটিত হৈছে এই শোকাৱহ নাও দুৰ্ঘটনা
- দুৰ্ঘটনাত নিহতত হৈছে ৭ জনকৈ লোক
- সন্ধানহীন হৈ আছে ১৪ জনকৈ লোক
- প্ৰায় ২৫-৩০ জন লোক আছিল নাওখন
- বহুকেইখন বাহন আছিল নাওখনত
- কমলেশ্বৰ ধামৰ বুন্দী লৈ গৈ আছিল নাওখন
- NDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান
- পানীত ডুব যোৱা অধিকাংশই আছিল বৃদ্ধ, মহিলা, শিশু