‘ৰাইজৰ দল’ নেতৃত্বত কোন?

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ঘোষণা হ’ল ৭০ জাতীয় সংগঠনৰ আঞ্চলিক ৰাজনৈতিক দলৰ নাম৷ ‘ৰাইজৰ দল’ নামেৰে ৰাজ্যত ভূমিস্থ আন এটি নতুন আঞ্চলিক ৰাজনৈতিক দলৰ৷ কৃষক মুক্তিৰ নেতৃত্বত জন্মলাভ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে ঐক্যৱদ্ধ হৈ বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল৷ নতুন আঞ্চলিক দলত বুদ্ধিজীৱী, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, লেখক, অধিবক্তাকে আদি কৰি ৰাজ্যৰ বহুতো বিশিষ্ট নাগৰিকৰ যোগদান৷
ৰাজ্যিক আহ্বায়কসকলঃ
১) লােহিত গগৈ, টাই আহােম যুব পৰিষদ, কার্যকৰী সভাপতি
২) মহেন্দ্র দিহিঙীয়া, সভাপতি, ৰুবুল গগৈ, উপদেষ্টা, আহােম জাতীয় গণ মঞ্চ
৩) জিতুল ডেকা, সচিব প্রধান, অসমীয়া যুৱ মঞ্চ
৪) ৰত্নেশ্বৰ দেউৰী, সভাপতি, তিৱা যুৱ পৰিষদ
৫) বুল দাস, সভাপতি, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ
৬) ডাঃ হৰিকান্ত দাস, মুখ্য উপদেষ্টা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা
৭) দধিৰ ফাংছ, মুখ্য উপদেষ্টা, আমৰি কাৰবি ছাত্ৰ সন্থা
৮) অনুপ চেতিয়া, সভাপতি, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ
১০) অংকুৰ শইকীয়া, মুখ্য উপদেষ্টা, আজমল হুছেইন, সাধাৰণ সম্পাদক, সংগ্রামী যুৱ-ছাত্ৰ পৰিষদ
১১) শ্রী সুৰেণ ডেকা ৰন্টু, জ্যেষ্ঠ নেতা (সম্পাদক), সদৌী কলিতা ছাত্ৰ সন্থা
১২) মনােজ গগৈ, উপদেষ্টা, পার্থ সাৰথি শইকীয়া, সভাপতি, অসম প্রেমী যুৱ ছাত্র সমাজ
১৩) পদ্মকান্ত দাস, সভাপতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ
১৪) প্রসূন ৰাজকোঁৱৰ, উপ সভাপতি, আহোম সেনা
১৫) প্ৰৱীন দাস, সভাপতি, মদমুক্ত অসম
১৬) কৃষ্ণা শর্মা, সাধাৰণ সম্পাদিকা, অগ্রণী মহিলা মঞ্চ
১৭) সদানন্দ দাস, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা
১৮) মৃদুল কুমাৰ সন্দিকৈ, উপ সভাপতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ
১৯) মঃ ছাহজাহান আলী, সাধাৰণ সম্পাদক, সদৌ অসম মৰিয়া যুৱ ছাত্ৰ পৰিষদ
২০) চিফু উজ্বল বসুমতাৰী, সাধাৰণ সম্পাদক, অসম বড়াে কছাৰী জাতীয় পৰিষদ
২১) পুলিন ভট্টাচাৰ্য, তেজপুৰৰ ‘কা’ বিৰােধী ঐক্যমঞ্চ
২২) দিব্যজ্যোতি শৰ্মা, , যােৰহাটৰ ‘ক’ বিৰােধী মঞ্চ
২৩) হৰেশ্বৰ বৰ্মন, সভাপতি, সন্মিলিত জনগোষ্ঠী সংগ্রাম সমিতি, কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতি
২৪) বীৰেন্দ্ৰ চুব্বা, মুখা উপদেষ্টা, গোখা ছাত্ৰ সন্থা
২৫) আন্দুল খছেইন মাজাৰ ভূঞা, (হাইলাকান্দি), জুনেদ আহমেদ (কৰিমগঞ্জ), চেৰম হাৰ্জিৎ সিং(শিলচৰ), বৰাকৰ প্রতিনিধি
২৬) সুব্রত চক্রৱর্তী, উপদেষ্টা, আশ্রাফুল ইছলাম, কার্যকৰী সভাপতি, ছাত্র মুক্তি সংগ্রাম সমিতি
২৭) ৰবি শইকীয়া চুতীয়া, সভাপতি, অসম জাতীয় ঐক্য মঞ্চ
২৮) দিগন্ত চাংমাই, কেন্দ্রীয় কাৰ্যনির্বাহক সদস্য, অসম সুৰক্ষা সেনা
২৯) যুগলজ্যোতি গগৈ, যুটীয়া সম্পাদক, সদৌ অসম অন্যান্য পিচপৰা শ্রেণী ছাত্ৰ সন্থা
৩০) দীপক তাঁতী, কেন্দ্রীয় কার্যনির্বাহক সদস্য, চাহ শ্রমিক মুক্তি সংগ্রাম সমিতি
মুখ্য ৰাজ্যিক আহ্বায়ক (Chief State Convenor) :
১) অখিল গগৈ।
২) ভাস্কো ডি শইকীয়া
৩) লােহিত গগৈ
৪) মহেন্দ্র দিহিঙীয়া
৫) অলক নাথ
৬) হুছেইন মঃ ছাহজাহান
৭) জিতুল ডেকা
৮) ৰত্নেশ্বৰ দেউৰী
9) গিৰীশংকৰ গােস্বামী
১০) ৰুবুল দাস
উপদেষ্টা মণ্ডলীঃ
১) ড° হীৰেন গােহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক, বিশিষ্ট বুদ্ধিজীৱী।
২) ড° নগেন শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন মুৰব্বী অধ্যাপক, বিশিষ্ট সাহিত্যিক।
৩) পদ্মভূষণ জাহ্নু বৰুৱা, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চলচ্চিত্র পৰিচালক, চলচিত্র নির্মাতা।
৪) শ্ৰীযুত উদয়াদিত্য ভৰালী, প্রাক্তন অধ্যক্ষ কটন কলেজ, বিশিষ্ট লেখক বুদ্ধিজীৱী।
৫) ড° আৰু চৈয়দ নাছিৰ আহমেদ, প্রাক্তন অধ্যাপক আই আই টি গুৱাহাটী।
৬) পৃথিৰাজ ৰাভা, বিশিষ্ট অভিনেতা।
৭) শ্ৰীযুত সঞ্জয় কুমাৰ তাঁতী, চাহ জনগােষ্ঠী আদিবাসীসকলৰ বিশিষ্ট বুদ্ধিজীৱী।
৮) হাফিজ ৰচিদ চৌধুৰী, জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়।
৯) ডাঃ নাৰায়ন শর্মা, সচিব অসম জাতীয় বিদ্যালয়।
১০) ড° সীতানাথ লহকৰ, প্রাক্তন অধ্যক্ষ কটন কলেজ।
১১) জেপি দাস, বিশিষ্ট সংগীত শিল্পী।
১২) ঘনশ্যাম নাথ, বিশিষ্ট শিক্ষাবিদ।
১৩) সত্যেন্দ্র প্রসাদ ডেকা, বিশিষ্ট অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়।
১৪) অৰুণ গগৈ, প্রতিষ্ঠাপক সাধাৰণ সম্পাদক, সদৌ টাই আহােম ছাত্ৰ সন্থা (আটাছু)।
১৫) সুমিত্রা হাজৰিকা, বিশিষ্ট নাৰী অধিকাৰ কর্মী।
উদ্যোক্তা সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি ?
১) অলক নাথ, সাধাৰণ সম্পাদক, সংযুক্ত আঞ্চলিক দল
২) সম্বিত শর্মা, সম্পাদক, সংযুক্ত আঞ্চলিক দল
৩) কবিন্দ্র চেতীয়া ফুকন, সভাপতি, বীৰ লাচিত সেনা
৪) ৰন্টু পানী ফুকন, মুখ্য সচিব, বীৰ লাচিত সেনা
৫) দেৱজিত দত্ত, সভাপতি, সংগ্রামী যুৱ ছাত্ৰ পৰিষদ
৬) ৰাজু বৰা, সভাপতি, কৃষক মুক্তি সংগ্রাম সমিতি
৭) ধৈর্য্য কোঁৱৰ, সাধাৰণ সম্পাদক, কৃষক মুক্তি সংগ্রাম সমিতি
৮) অংকুৰণ ফুকন, সেনাধ্যক্ষ, আহােম সেনা
৯) ধ্ৰুৱজ্যোতি ভৰালী, সাংগঠনিক সম্পাদক, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ
১০) মণিদীপ মােহন, মুখ্য সাংগঠনিক সম্পাদক, আহােম জাতীয় গণ মঞ্চ
১১) দীপাঙ্কৰ কলিতা, সাধাৰণ সম্পাদক, সদৌ কলিতা ছাত্ৰ সন্থা