Local, Vocal, Global

টুইটাৰত সলনি হ’ল ৰাহুল গান্ধীৰ বায় !টুইটাৰ একাউন্ট আপডেট কৰি লিখিলে Dis’Qualified MP…

ডিজিটেল ডেস্ক:- টুইটাৰত সলনি হ’ল ৰাহুল গান্ধীৰ ‘বায়ডাটা’।টুইটাৰত নিজকে অৰ্হতাহীন সাংসদ আখ্যা।বিগত কেইদিন মান ধৰি দেশৰ ৰাজনীতিত প্ৰভাৱ পেলাই আহিছে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ ঘটনাই।মোডী উপাধিক অপমান কৰি ৰাজহুৱা সভাত ভাষণ প্ৰদানৰ পাছতে ছুৰাট উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল ৰাহুল গান্ধীৰ লোকসভাৰ সাংসদ পদ।দেশজুৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ অব্যাহত আছে।দেওবাৰে দেশজুৰি কংগ্ৰেছে পালন

সাংসদপদ খাৰিজক লৈ চলি থকাৰ বিতৰ্কৰ মাজতে ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ টুইটাৰ বায়।দিছ কোৱালিফাইড এমপি বুলি লিখি নিজৰ টুইটাৰ বায়’ সলনি কৰিছে ৰাহুল গান্ধীয়ে।নিজৰ টুইটাৰ প্ৰফাইলৰ বায়’ত লিখিছে ‘অযোগ্য’সাংসদ।