Local, Vocal, Global

WATCH | Rabha Hasong Autonomous Council: ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ডিব্ৰুগড়,২৯মাৰ্চ : ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাথোঁ তিনি দিন। আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰণডংকা বজায় পঞ্চায়ত নিৰ্বাচনৰ ৷এই অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনে নেতৃত্বত প্ৰদান কৰে(Rabha Hasong Autonomous Council)।

আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮ খন পঞ্চায়তৰ পৰা অহা ৬ শতাধিক পুৰুষ-মহিলাৰ উপস্থিতিত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ প্ৰস্তুতি চলায়।

এই অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে নেতৃত্বত প্ৰদান কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁট সৈতে ৰণত অৱতীৰ্ণ হোৱাৰ ইংগিত মন্ত্ৰী প্ৰশান্ত ফুকনৰ । মন্ত্ৰী গৰাকীয়ে আশা কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025 : তিনিচুকীয়াৰ পেঙেৰীৰ টেকেৰীত পেঙেৰী-বৰডুমচা আঞ্চলিক যুৱক সংঘৰ উদ্যোগত বিহুনাচ, বিহুনামৰ কৰ্মশালা