Watch | Protest by a group of female students in Sipajhar searching for Prabha Bharati scheme scooters: প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি ছিপাঝাৰত একাংশ ছাত্ৰীৰ প্ৰতিবাদ
ছিপাঝাৰ: প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি ছিপাঝাৰত একাংশ ছাত্ৰীৰ প্ৰতিবাদ ।
‘ আমাক স্কুটি লাগিব’
‘ উই ৱান্ট জাষ্টিচ্ ‘
‘ প্ৰজ্ঞান ভাৰতী আচঁনি বাহাল ৰাখক’ ধ্বনিৰে প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি ছিপাঝাৰত একাংশ ছাত্ৰীৰ প্ৰতিবাদ।
উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়েহে স্কুটি পোৱাৰ ঘোষণা পাছতে হতাশ হৈ পৰিছে একাংশ ছাত্ৰ-ছাত্ৰী।
পূৰ্বতে ৬০% নম্বৰৰ পৰা দিছিল এই আচঁনিৰ সুবিধা ।
সেয়ে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান এইসকল প্ৰতিবাদকাৰী ছাত্ৰীৰ ।