Local, Vocal, Global

জলসিঞ্চন কাৰ্য্যলয়ত অৰ্ধ উলংগ প্ৰতিবাদ

বজালী জিলা পাঠশালা জলসিঞ্চন কাৰ্য্যলয়ত অৰ্ধ উলংগ প্ৰতিবাদ

 

 

কাৰ্য্যলয় উঠাই নিয়াক  কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ পাঠশালাত

 

 

প্ৰখৰ ৰদকো নেওচি অৰ্ধউলংগ প্ৰতিবাদ সাৱ্যস্ত কৰিলে ৰাইজে

 

 

ৰাইজৰ দাৱী মানি নললে আৰু পৰিবেশ  ভয়াবহ হোৱাৰ হুংকাৰ