Local, Vocal, Global

Priyanka Gandhi joins brother Rahul Gandhi for Bharat Jodo Nyay Yatra in UP : উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগ দিলে প্ৰিয়ংকা গান্ধীয়ে

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : অব্যাহত আছে ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ । অতিক্ৰম কৰিলে এমাহৰো অধিক সময়(Priyanka Gandhi joins brother Rahul Gandhi for Bharat Jodo Nyay Yatra in UP) ।

উত্তৰ প্ৰদেশৰ মুৰাদাবাদত দলটোৰ সাংসদ তথা ভাতৃ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত শনিবাৰে যোগদান কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু সাংসদ এছ.টি. হাছানৰ ছবি সম্বলিত ফটোৰে মুৰাদাবাদত ভাৰত জোড়ো ন্যায় যাত্ৰাক আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে(Bharat Jodo Nyay Yatra Live Updates: Priyanka Gandhi Vadra joins Rahul Gandhi in UP’s Moradabad as Nyay Yatra) ।

দলটোৰ কাৰ্য কৰ্তাসকলে জনোৱা অনুসৰি , মুৰাদাবাদৰ পৰা প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ সৈতে থাকিব ৷ কাৰণ যাত্ৰাটোৱে আমৰোহা, সম্ভাল, বুলন্দশহৰ, আলিগড়, হাথৰছ আৰু আগ্ৰা হৈ ফতেহপুৰ চিক্ৰীৰে পাৰ হৈ যাব। চন্দৌলি জিলাৰ মাজেৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা প্ৰিয়ংকাই বিগত সপ্তাহত এই যাত্ৰাত যোগদান কৰাৰ কথা আছিল শাৰিৰীক যদিও অসুস্থতাৰ বাবে বাদ দিবলগীয়া হৈছিল ।

খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কংগ্ৰেছ দলৰ সৈতে হোৱা আসন চুক্তিৰ অন্তত ২৫ ফেব্ৰুৱাৰীত আগ্ৰালৈ যাত্ৰা কৰাৰ সময়তে ৰাহুল গান্ধীৰ নেতৃত্বৰ চলা জোড়ো ন্যায় যাত্ৰাৰ সৈতে একত্ৰিত হ’বলৈ সাজু হৈছে(Rahul and Priyanka Gandhi Vadra take out Bharat Jodo Nyay Yatra in UP’s Moradabad)।

লগতে পঢ়ক : Iran conducts military strikes inside Pakistan once again : জইছ আল আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰক হত্যা ইৰাণৰ সামৰিক বাহিনীৰ