Local, Vocal, Global

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃয়ে গ্ৰহণ কৰিলে কভিড ভেকছিনৰ প্ৰথমটো টীকা

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তেওঁৰ মাতৃ হিৰাবেন মোদীয়ে ক’ভিড ভেকচিনৰ প্ৰথমটো টীকা গ্ৰহণৰ কথা টুইটাৰ যোগে সদৰি কৰে। তেওঁ নিজৰ টুইটাৰ ত লিখিলে যে- আজি মোৰ মাতৃয়ে ক’ভিড-১৯ ভেকচিনৰ প্ৰথমটো টীকা গ্ৰহণ কৰাৰ বাবে মই অত্যন্ত সুখী । মই আপোনালোকক অনুৰোধ কৰিছো যেন আপোনালোকেই আপোনাৰ ওচৰ চুবুৰীয়াক যিসকল ব্যক্তিয়ে ভেকচিন লোৱাৰ প্ৰয়োজন বোধ কৰে তেওঁলোকক ভেকচিন ল’বলৈ অনুপ্ৰেৰিত কৰে যেন।