Local, Vocal, Global

ইমৰাণ হাছমিৰ আহিবলগীয়া ছবি ‘CHEHRA’ত বাদ পৰিল নেকি ৰিয়া চক্ৰৱৰ্তীৰ নাম!

ইমৰাণ হাছমিৰ আহিবলগীয়া হিন্দী বোলছবি ”CHEHRA”ৰ কিছুমান PHOTO নিজৰ ইনষ্টাগ্ৰাম পেজত আপলোড কৰিছে । লগতে ‘CHEHRA’ ছবিখনত বিগ বি অমিতাভ বচ্চনেও এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিব। পিছে ‘চেহেৰা’ ছবিখনত ৰিয়া চক্ৰৱৰ্তীয়েও চৰিত্ৰ ৰূপায়ণৰ কথা ২০২০ বৰ্ষত ইনষ্টাগ্ৰামত ফটো আপলোডৰ জৰিয়তে ছবিপ্ৰেমী ৰাইজক অৱগত কৰাইছিল। যদিও চলিত বৰ্ষত ইমৰাণ হাছমিয়ে নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰা ফটো বিলাকৰ এখনতো দেখিবলৈ পোৱা নগ’ল ৰিয়াৰ অকণমানো ছাঁ। এতিয়া প্ৰশ্ন হৈছে ‘CHEHRA’ ছবিখনৰ পৰা OUT হ’ল নেকি বাৰু ৰিয়া চক্ৰৱৰ্তী।