Local, Vocal, Global

গোৱালপৰীয়া লোকগীতৰ সংগীত সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ওপজা দিন।

গোৱালপৰীয়া লোকগীতৰ সংগীত সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ওপজা দিন।তেওঁ অসমীয়া জাতিকটোক জীপাল কৰি তুলিছিল।যাৰ গানত অসমীয়া জীৱনৰ ভাব প্ৰকাশ পাইছিল।যাৰ গীতে আমাক অসমীয়া জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰে।যাৰ গীতত হাতী আৰু মানুহৰ কথাৰ লগতে নৌকা আৰু নদ নদীৰ কথা সমৃদ্ধ হৈ আছিল।যাৰ গীতে আমাৰ অসমীয়া থলুৱা জীৱন যাপনৰ ছবি দাঙি ধৰে।যাৰ গীতত অসমীয়া নিভাঁজ পৰম্পৰাৰ কথা প্ৰকাশ পাইছিল।যাৰ গীতত গোৱালপৰীয়া পৰম্পৰা প্ৰতিফলিত হয়।গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৮৬ সংখ্যক জন্মদিন।গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদান ৰ বাবে তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।প্ৰতিমা পাণ্ডে বৰুৱাই অসমৰ গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল।যি সপোন আজি বাস্তৱায়িত।যাৰ বাবে গোৱালপৰীয়া লোকগীতক অসমৰ প্ৰতিটো প্ৰান্তত এক নতুন ৰূপে আদৰি লৈছিল।হস্তীৰ কন্যা হিচাপে খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাক আমি সদায় মনত ৰখা উচিত।