ৰাজ্যত ১ লাখ ৫০ হাজাৰ অতিক্ৰম কৰ’নাত সুস্থ হোৱা ৰোগীৰ সংখ্যা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৬৩২ গৰাকী
- শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৮১৩ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৫ হাজাৰ ৪৪৪ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩,৯৩৩গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫০ হাজাৰ ৭৭৩ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৩৫ গৰাকী লোকৰ
- শনিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৩,৬৫৬ লোকৰ স্বোৱাব পৰীক্ষা