Local, Vocal, Global

নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনকেন্দ্ৰীক সংঘাট;নাগালেণ্ডত ভোটগ্ৰহণৰ মাজতে গুলীবৰ্ষণ…

ডিজিটেল ডেস্কঃ-আজি চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।মেঘালয়ত পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ।পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনকেন্দ্ৰীক হিংসা ।দুই ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত। NPP আৰু NPFৰ মাজত সংঘৰ্ষ।নাগালেণ্ডত NPFৰ সমৰ্থকৰ গুলীত আহত NPPৰ কৰ্মী।। ৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত সংঘটিত হৈছে এই গুলীবৰ্ষণৰ ঘটনা।