Local, Vocal, Global

‘আমগুৰিত অগপৰ ভেটি সকলো দলতকৈ সুদৃঢ.’

‘আমগুৰিত অগপৰ ভেটি সকলো দলতকৈ সুদৃঢ.’

‘আমগুৰিৰ ৰাইজে এইবাৰ বিধায়ক সলনি নকৰে’

অংকিতা দত্তক প্ৰতিদ্বন্দী হিচাপে কি স্থান দিছে ৪বাৰৰ বিধায়কজনে?

‘মই ISBT বনাইছিলো, কিন্তু তাৰ ক্ৰেডিট মোৰ পিছত অহা মন্ত্ৰীয়ে ল’লে’

‘ব্ৰহ্মপুত্ৰই দি নদীপৰিবহন ময়েই আৰম্ভ কৰিছিলো’

‘কিন্তু জাহাজেদি অস্ত্ৰ-শস্ত্ৰ কঢি.ওৱা বুলিহে অপপ্ৰচাৰ চলালে একাংশই’

‘মই প্ৰচাৰ নিবিচৰা বাবেই মন্ত্ৰী হিচাপে কৰা কামৰ স্বীকৃতি নাপালো’

POLITICA ত এইদৰে সৰৱ আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা