Local, Vocal, Global

দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য

  • দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।
  • একেৰাহে ৯ দিন ধৰি মূল্যবৃদ্ধি হৈছে পেট্ৰ’ল–ডিজেলৰ।
  • আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে ৪৮পইচা ।
  • আনহাতে ডিজেলৰ মূল্য বাঢ়িল ২৩পইচাকৈ প্ৰতি লিটাৰত।
  • বিগত ৯দিনত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম প্ৰায় ৫টকা আৰু ডিজেলৰ দাম ৪টকা ৮৭পইচাকৈ বৃদ্ধি পাইছে।
  • সোমবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৮১.৫৬ টকা হোৱাৰ বিপৰীতে এক লিটাৰ ডিজেলৰ মূল্য হৈছে গৈ ৭৪.৭৮ টকা ।