WATCH | Panchayat Election Result : ধুপগুৰি আৰু ডিগৰু আঞ্চলিক পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী দুজন প্ৰাৰ্থী
সোণাপুৰ,১১মে’ : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা।
ডিমৰীয়া সমষ্টিত ৪টা জিলা পৰিষদৰ, লগতে ১৫ খন গাওঁ পঞ্চায়তৰ ভোট গণনা পুৱা ৮ বজাৰ পৰা সোণাপুৰ ট্ৰইচেম হ’লত চলি আছে(Panchayat Election Result)।
ধুপগুৰি আৰু ডিগৰু আঞ্চলিক পঞ্চায়তৰ দুজন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে ।
লগতে পঢ়ক :WATCH | Panchayat Election Result : এটা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছ প্ৰাৰ্থী