Local, Vocal, Global

WATCH | Panchayat Election Result :বৰক্ষেত্ৰী সমষ্টিৰ ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ আঞ্চলিক পঞ্চায়ত প্ৰাৰ্থীৰ জয়লাভ

নলবাৰী,১২মে’ : লোকে লোকাৰণ্য জাগাৰা নপ্তিপাৰা। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত ব্যাপক আনন্দ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁটৰ মনোনীত আঞ্চলিক পঞ্চায়ত সদস্য (কাউঞ্চিলাৰ) পদত বিপুল ভোটত জয়লাভ । দীনেশ বৈশ্যক উষ্ম আদৰণি(Panchayat Election Result)।

নলবাৰী জাগাৰা নপ্তিপাৰাত লোকে লোকাৰণ্য পৰিবেশ বিৰাজ কৰিছে। উল্লেখ্য যে দুই হেজাৰতকৈ অধিক ভোটত জয়লাভ কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী দীনেশ বৈশ্যই।

লগতে পঢ়ক : WATCH | Panchayat Election : মঙলদৈ মহাবিদ্যালয়ত বৰ্তমানেও অব্যাহত আছে ভোট গণনা