WATCH | Panchayat Election : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন;গোৱালপাৰাৰ গান্ধী প্ৰাথমিক বিদ্যালয়ত ভোটাৰৰ দীঘলীয়া শাৰী
গোৱালপাৰা,৭মে’ : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।গোৱালপাৰাৰ গান্ধী প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া(Panchayat Election)।
ভোট গ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কাৰণে ৯৫৫ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৩০ টা ভোট গ্ৰহণ কেন্দ্ৰ কেৱল মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হব।