Local, Vocal, Global

WATCH | Panchayat Election : ৰঙিয়া জয়ন্তীপুৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইকৰামুদ্দিন আহমেদৰ নিৰ্বাচনী প্ৰচাৰ

ৰঙিয়া,২৮এপ্ৰিল : পঞ্চায়ত নিৰ্বাচন সমাগত।নিৰ্বাচনৰ প্ৰাক্ষণত ব্যাপক প্ৰস্তুতি চলাইছে মনোনীত প্ৰাৰ্থীসকলে। ৰঙিয়া জয়ন্তীপুৰ আঞ্চলিক গাওঁ পঞ্চায়তৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ইকৰামুদ্দিন আহমেদে চলাইছে ব্যাপক প্ৰস্তুতি(Panchayat Election)।

ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা ইকৰামুদ্দিন আহমেদক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আহ্বান প্ৰাৰ্থী গৰাকীৰ।

লগতে পঢ়ক : WATCH | Panchayat Election : ৮ নং ৱাৰ্ডৰ শ্ৰী চিল্পা তন্তবাইৰ নিৰ্বাচনী প্ৰচাৰ